ভেলাখামাৰৰ ভলীবল প্ৰতিযোগিতা স্থগিত

ভেলাখামাৰৰ ভলীবল প্ৰতিযোগিতা স্থগিত

----

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱৰ পূ্ৱালী সংঘৰ উদ্যোগত আয়োজন কৰা প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাখনি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ৷ পূৱালী সংঘৰ সদস্য প্ৰশান্ত কুমাৰ দেৱ নাথে জানিবলৈ দিয়া মতে, ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল মুকলি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনি ৷ পিছে,বিশেষ অসুবিধা বশতঃ প্ৰতিযোগিতাখনি স্থগিত ৰখা হৈছে ৷ প্ৰতিযোগিতা খনিৰ পৰবৰ্তী দিন তাৰিখ অতি শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি সংঘৰ তৰফৰ পৰা জানিবলৈ দিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা