Posts

নলবাৰীৰ গো-শালাত চি আৰ পি এফ ৰ মাস্ক ,চেনিটাইজাৰ,হেণ্ডওৱাছ আদি বিতৰন

Image
নলবাৰীৰ গো-শালাত চি আৰ পি এফ ৰ মাস্ক ,চেনিটাইজাৰ,হেণ্ডওৱাছ আদি বিতৰন  ধ্ৰুৱ জ্যোতি মালাকৰ/নলবাৰী/২৫ এপ্ৰিল:: দেশমাতৃক সেৱা আগবঢ়োৱাৰ লগতে দেশৰ যিকোনো দুৰ্যোগ তথা বিপদ সংকুল সময়ত  চি আৰ পি এফ বাহিনীয়ে প্ৰত্যেক সময়ত আগবাঢ়ি নলবাৰী জিলাত জনসেৱা আগবঢ়াই আহিছে। বৰ্তমান সময়ত দেশ তথা ৰাজ্যত অব্যাহত আছে মাৰাত্মক কৰ'না ভাইৰাছৰ আতংক । এই মহামাৰী কৰ'না ভাইৰাচৰ সন্ত্ৰাস চলি থকাৰ সময়তো চি আৰ পি এফ বাহিনীয়ে ৰাইজক  সহায়ৰ  বাবে আগবাঢ়ি আহিছে । ইতিমধ্যে কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰান পাবলৈ লক ডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ থকা নলবাৰীৰ গো -শালাত শ্ৰমজীৱি লোক সকলৰ মাজত চি আৰ পি এফ বাহিনীয়ে বিতৰন কৰে মাস্ক,চেনিটাইজাৰ,ফেনাইল,হেণ্ড- গ্লোপচৰ লগতে বিভিন্ন সা-সামগ্ৰী  ।  চি আৰ পি এফৰ ১৩৬ নং বেটেলিয়নৰ উদ্যোগত এই সমূহ সামগ্ৰী বিতৰন কৰা হয়। লগতে উক্ত অঞ্চলটো চেনিটাইজ কৰা হয় । উল্লেখ্য যে চি আৰ পি এফৰ ১৩৬ নং বেটেলিয়নৰ উদ্যোগত যোৱা তিনিদিন ধৰি নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত এই সামগ্ৰী সমূহ বিতৰণ কৰি অহা  হৈছে । চি আৰ পি এফ বাহিনীৰ এনে  পদক্ষেপক সচেতন মহলৰ লগতে ৰাইজে ভূয়সী প্ৰশংসা কৰ...

Assam Police has turned out to be the friend in need for people in distress: CM

Image
Assam Police has turned out to be the friend in need for people in distress: CM  Dispur, April 25: Chief Minister Sarbananda Sonowal today held a review meeting of measures taken by Guwahati police in the fight against COVID-19 at police reserve in the city. Appreciating the steps taken by the city police to distribute foods to 5000 people daily in Guwahati with the help of NGOs, the Chief Minister hailed the action taken by Guwahati police to keep 3 people arriving from China in quarantine for 28 days in the last week of February, much before the pandemic took alarming proportions in the county.  Crediting the strict measures taken by Assam police for successful observance of lockdown in the state, Sonowal reiterated the crucial role of police in the execution of relaxation of certain sectors during the 2nd phase of lockdown and he said that Assam police has turned out to be the friend in need for the people in distress through their dedicated and exemplary servi...

CM Sonowal Urges players to be focused even during lockdown

Image
Sonowal meets players and officials of Assam Olympic Association  Urges players to be focused even during lockdown Dispur, April 25: Chief Minister Sarbananda Sonowal said that in view of COVID 19 pandemic and its repercussions in the field of sports, though several national and international sports events have been either postponed or cancelled, sports persons of Assam should continue their practices to keep them motivated even during the lockdown.  Chairing a meeting with the office bearers of Assam Olympic Association (AOA) and some of the promising players at Brahmaputra State Guest House here today, Chief Minister Sonowal sharing his words of wisdom asked the players of the state to remain focused and continue their practices to keep them in good stead.  Sonowal said that like in most parts of the world, though the apocalypse in the form of novel coronavirus has had its impact in Assam as well, resulting in lockdown to contain and control the progressio...

এমাহলৈ মাজুলীত খাদ্য সামগ্ৰী মজুত : মন্ত্ৰী ফনীভূষণ চৌধুৰী

Image
মাজুলীত যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী : জিলা প্ৰশাসন আৰু যোগান বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত: এমাহৰ বাবে মাজুলীত খাদ্য সামগ্ৰী মজুত থকাৰ কথা ঘোষণা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ: পৰাণজ্যোতি বৰা, মাজুলী,২৫ এপ্ৰিল: মাজুলীত ক'ভিড-১৯ৰ ল'ক ডাউনৰ সময়ছোৱাত খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰে জৰিত যোগান পৰিস্থিতিৰ বুজ ল'বলৈ অসমৰ  খাদ্য, অসামৰিক যোগান মন্ত্ৰী  ফণীভূষণ চৌধুৰী  আজি দুপৰীয়া প্ৰায় ১২-৩০ বজাত মাজুলীত আহি উপস্থিত হয়।  মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুপৰীয়া ১-০০ বজাত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি দহ দিনে ৰাজ্যৰ সকলোবোৰ জিলা ভ্ৰমণ কৰি খাদ্য সামগ্ৰীৰ মজুত আৰু উৎপাদনৰ বিষয়ে বুজ লৈ থকা ৰাজ্যৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী   মাজুলীত আহি উপস্থিত  হৈয়েই মন্ত্ৰী গৰাকীয়ে মাজুলীৰ উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে যোগান বিভাগৰ বিষয়াৰে মিলিত হৈ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ খাদ্য সামগ্ৰীৰ মজুত আৰু উৎপাদনৰ বিষয়ে বিষয়াবৰ্গৰ পৰা জানিবলৈ বিচাৰে।ইয়াৰ পাছতে...

বঙাইগাঁৱত বিশ্ব মেলেৰিয়া দিৱস পালন

Image
বঙাইগাঁও২৫ এপ্ৰিলঃআজি বঙাইগাঁও জিলাতো বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়৷ এই উপলক্ষে বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা জিলাখনত ব্যাপকভাৱে মাইকযোগে মেলেৰিয়া সজাগতা সম্পৰ্কে প্ৰচাৰ কৰা হয়৷ ইয়াৰ লগতে ঘৰে ঘৰে গৈ জ্বৰ জাতীয় উপসৰ্গৰো পৰীক্ষা কৰি থকা হৈছে ৷ উল্লেখ্য যে মেলেৰিয়া ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে ২৫ এপ্ৰিলৰ দিনটো বিশ্ব মেলেৰিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

জাগীৰোডৰ পেপাৰ মিল কলনীৰ দ্বিতীয় পৰ্যায়ৰ সাহাৰ্য বিতৰণ

Image
তিৱা স্থায়িত্ত্ব শাসিত পৰিষদৰ সদস্য  বাবুল পাটৰে আজি নগাঁৱৰ  সাংসদ প্ৰদ্যুৎ_বৰদলৈয়ে দিয়া নিৰ্দেশ মৰ্মে তেখেতৰ ব্যক্তিগত পূজিৰ পৰা নগাঁও লোকসভাৰ জাগীৰোড পেপাৰ মিল কলনীৰ দেউশাল পঞ্চায়তত দুখীয়া মানুহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

Assam Governor condoles death of Devananda Konwar

Guwahati, April 25: Assam Governor Prof. Jagdish Mukhi condoled the demise of former Governor of Bihar, Tripura and West Bengal and veteran politician of the state Devananda Konwar who passed away earlytoday.           In his condolence message, Prof. Mukhi termed Konwar a dedicated leader and worker who made all efforts for the cause of people of all sections.   The Governor also  said that as a politician he contributed immensely to the general welfare of the people at large .  He  served the state with deep commitment, compassion and love for the people. As a Governor also, he made an indelible mark to glorify the spirit of parliamentary democracy, yet strengthening the edifice of democratic federalism.              Prof.Mukhi said that his death ‘is an irreparable loss to the state’. “I express my empathy with the bereaved family ...