জাগীৰোডৰ পেপাৰ মিল কলনীৰ দ্বিতীয় পৰ্যায়ৰ সাহাৰ্য বিতৰণ

তিৱা স্থায়িত্ত্ব শাসিত পৰিষদৰ সদস্য  বাবুল পাটৰে আজি নগাঁৱৰ  সাংসদ প্ৰদ্যুৎ_বৰদলৈয়ে দিয়া নিৰ্দেশ মৰ্মে তেখেতৰ ব্যক্তিগত পূজিৰ পৰা নগাঁও লোকসভাৰ জাগীৰোড পেপাৰ মিল কলনীৰ দেউশাল পঞ্চায়তত দুখীয়া মানুহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা