উচ্চতৰ মাধ্যামিক প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ ঘোষণা কৰা হৈছে প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে। পৰীক্ষা নিদিয়াকৈয়ে ২০১৯-২০ বৰ্ষৰ শিক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা