দুধনৈত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

দুধনৈত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান
-------

অবৈধ সুৰাৰ বিৰুদ্ধে পুণঃ অভিযান গোৱালপাৰা জিলা আবকাৰী বিভাগৰ। জিলাখনৰ দুধনৈ চক্ৰ এলেকাৰ কেবা ঠাইটো আজি আবকাৰী বিভাগে চলায় এই অভিযান ৷ জিলা সদৰ আবকাৰী বিভাগৰ সহযোগত দুধনৈ আবকাৰী বিভাগৰ দল এটাই চলোৱা এই অভিযানত অভিযানকাৰী সকলে উপৰতোলা,
ডাবলী,দহেলা তথা দামৰাৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ চুলাই জব্দ কৰাৰ লগতে চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত বিভিন্ন
সামগ্ৰী বিনষ্ট কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷ First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা