এইচ ডি এফ চি বেংক লিমিটেডৰ চতুৰ্থটো ত্ৰিমাসিকত মুঠ ৬,৯২৭ কৌটি টকা উপাৰ্জন

এইচ ডি এফ চি বেংক লিমিটেডৰ চতুৰ্থটো ত্ৰিমাসিকত মুঠ ৬,৯২৭ কৌটি টকা উপাৰ্জন

ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল :: এইচ ডি এফ চি বেংক লিমিটেডে চলিত বছৰৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চতুৰ্থটো ত্ৰিমাসিকত মুঠ ৬,৯২৭ কৌটি টকা উপাৰ্জনৰ বিষয়ে দেওবাৰে ঘোষণা কৰে। এক বিবৃতি যোগে এইচ ডি এফ চি বেংক লিমিটেডৰ মূৰব্বী আৰু ঔদ্যোগিক মুৰব্বী নীৰজ ঝাই কয় " চলিত বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বেংকটোৰ মুঠ ৰাজহ আছিল ২১,২৩৬,৬ কৌটি টকা যি বিগত বৰ্ষৰ ৩১ মাৰ্চৰ তুলনাত ১৮.২ শতাংশ। ২০১৯-২০ বিত্তীয় বৰ্ষৰ ইয়াৰ মুঠ লাভ পূৰ্বৰ বৰ্ষৰ পৰা ২৪.৬ শতাংশ অধিক হৈ ২৬, ৫৭৫.৩ কৌটি টকা হৈছে।" এই ত্ৰিমাত্ৰিকটো ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত অৰ্থনীতিৰ গতি লেহেমীয়া হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা