অসম আৰোগ্য নিধিলৈ ৬০ হাজাৰ টকা:

অসম আৰোগ্য নিধিলৈ ৬০ হাজাৰ টকা:

কঞ্জল দাস,বৰপেটা, ২৩ এপ্ৰিল :
নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ নিৰ্বাচিত ১৬০০ প্ৰাৰ্থীৰ ফালৰ পৰা যোৱাকালি ২২-০৪-২০২০ তাৰিখে  মাননীয় স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত ৬০০০০/- (ষাঠি হাজাৰ) টকাৰ চেকযোগে অসম আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াই , লগতে প্ৰতিখন জিলাৰ পৰা নিৰ্বাচিত হৈ থকা এই প্ৰাৰ্থীসকলে চৰকাৰৰ সহায়ৰ বাবে শাৰীৰিক আৰু মানসিক ভাৱেও প্ৰস্তুত হৈ থকাৰ কথা প্ৰকাশ কৰে ।।
এই সহায় গ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীয়ে সকলো নিৰ্বাচিত প্ৰাৰ্থীক ধন্যবাদ জনাই ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা