বঙাইগাঁৱত বিশ্ব মেলেৰিয়া দিৱস পালন


বঙাইগাঁও২৫ এপ্ৰিলঃআজি বঙাইগাঁও জিলাতো বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়৷ এই উপলক্ষে বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা জিলাখনত ব্যাপকভাৱে মাইকযোগে মেলেৰিয়া সজাগতা সম্পৰ্কে প্ৰচাৰ কৰা হয়৷
ইয়াৰ লগতে ঘৰে ঘৰে গৈ জ্বৰ জাতীয় উপসৰ্গৰো পৰীক্ষা কৰি থকা হৈছে ৷ উল্লেখ্য যে মেলেৰিয়া ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে ২৫ এপ্ৰিলৰ দিনটো বিশ্ব মেলেৰিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা