মাজনিশা কেন্দ্ৰীয় চৰকাৰৰ বৄহৎ ঘোষণা : চৰ্তসাপেক্ষে খুলিব পাৰিব সকলো দোকান

মাজনিশা কেন্দ্ৰীয় চৰকাৰৰ বৄহৎ ঘোষণা : চৰ্তসাপেক্ষে খুলিব পাৰিব সকলো দোকান

ষ্টাফ ৰিপোৰ্টাৰ : শুকুৰবাৰে মাজনিশা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত। দেশজুৰি ৰেড জন আৰু হটস্পট এলেকাৰ বাদে আন এলেকাত আৱাসিক এলেকাত খুলিব পাৰিব সকলো দোকান। এইক্ষেত্ৰত খুলিব নোৱাৰিব শ্বপিং মল, চুইমিং পুল , জিম, ৱাইন চপ ইত্যাদি। অৱশ্যে ৫০% কৰ্মচাৰীৰে খুলিব পাৰিব দোকানসমূহ। সকলো কৰ্মচাৰী তথা কতৃপক্ষই মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলাতো বাধ্যতামূলক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা