নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসৰ আহ্বানঃ নিজ গৃহতে পালন কৰক ৰমজানৰ ৰোজা-নামাজ

নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসৰ আহ্বানঃ নিজ গৃহতে পালন কৰক ৰমজানৰ ৰোজা-নামাজ

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ এপ্ৰিল*

ইছলামধৰ্মী লোকসকলে এইবাৰ নিজৰ নিজৰ ঘৰতে পৱিত্ৰ ৰমজান মাহৰ সকলো ধৰ্মীয় ইবাদাত পালন কৰিবলৈ আহ্বান জনাইছে নলবাৰী আজান ফকীৰ প্ৰকল্প ন্যাসে ৷ চৰকাৰে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক্ ডাউন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সকলো ইছলামধৰ্মী লোকক নীতি-নিয়ম মানি পৱিত্ৰ ৰমজান মাহৰ সকলো ধৰ্মীয় ইবাদাত ঘৰতে থাকি পালন কৰিবলৈ ন্যাসে অনুৰোধ জনাইছে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা