গড়াখহনীয়া, বানবিধস্ত দৰিদ্ৰ লোকৰ কাষত থিয় দিছেআন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিব

গড়াখহনীয়া, বানবিধস্ত দৰিদ্ৰ লোকৰ কাষত থিয় দিছে
আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিব ।

মানুহে মানুহৰ বাবে যদি অকণো নাভাৱে কোনে নো ভাৱিব কোৱা ? 
আজি বিহপুৰীয়া আৰক্ষী চকীৰ অন্তৰ্গত দঙীবিলত গড়াখহনীয়া, বানবিধস্ত অঞ্চলৰ অতিকৈ দৰিদ্ৰ 100 পৰিয়ালৰ মাজত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ লখিমপুৰ জিলাৰ সহযোগত আৰু মোৰ নেতৃত্বত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সাহায্য বিতৰণত উপস্থিত থাকে জিলা সভাপতি নাৰায়ণ মহন্ত ছাৰ,উপ সভাপতি চুলতান ফৰিদ হাচান, সম্পাদক আবুল হাসিম ফাৰুকি , সাংবাদিক কোষৰ সম্পাদক জীৱন কুৰ্মী , সদস্য জেহিৰুল ইছলাম ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা