ব্ৰেকিং : মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁৱৰ ফলিহামাৰী পামত ছুইফট্ ডিজায়াৰৰ খুন্দাt এজন নিহত হয়

Laharighat Breaking.........

মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁৱৰ ফলিহামাৰী পামত  ছুইফট্ ডিজায়াৰৰ খুন্দাt  এজন নিহত হয় । থিতাতে নিহত হোৱা লোক জনৰ  নাম  দুলু ডেকা । বৰডোৱা পাঁচ আলিৰ লোক জনে  চাইলেৰে শাক - পাঁচলি লৈ আহি থকা সময়ত AS-21H-2776 নম্বৰৰ ৰঙা ৰঙৰ ছুইফট্ ডিজায়াৰ বাহন খনে  মহতিয়াই নিয়ে আৰোহী জনক।
------------------------------------------
মৰিগাৱঁৰ পৰা অাফতাপ হুছেইন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা