বঙাইগাওৰ মীনা বিশ্বকৰ্মাৰ সান্নিধ্যলৈ অহা সৰভোগ এচ বি আইৰ কেচিয়াৰ নাৰায়ণ  পাঠক, এচিষ্টেন্ট মেনেজাৰ চানথামা বি আৰু তেওৰ স্বামী সুৰুপ দে ক হস্পিতাল কোৱাৰেন্টাইনলৈ

# বঙাইগাওৰ মীনা বিশ্বকৰ্মা নামৰ কভিড পজেটিভ মহিলা গৰাকীৰ সান্নিধ্যলৈ অহা সৰভোগৰ ছয় পুৰুষ মহিলাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কোৱাৰেনন্টাইনলৈ প্ৰেৰণ ৷
 
# ২৭ এপ্ৰিলত সৰভোগৰ ষ্টেট বেংকলৈ আহিছিল মীনা বিশ্বকৰ্মা ৷

# সৰভোগৰ এচ বি আইৰ কেচিয়াৰ নাৰায়ণ  পাঠক, এচিষ্টেন্ট মেনেজাৰ চানথামা বি ৷ আৰু তেওৰ স্বামী সুৰুপ দে ক হস্পিতাল কোৱাৰেন্টাইন ৷

# আনহাতে শিবু দে তেওৰ পত্নী দুৰ্গা ছেত্ৰী আৰু জীয়ৰী সুমিতা দে ক ও হস্পিতাল কোৱাৰেনন্টাইনলৈ প্ৰেৰণ ৷

#  আত্মীয়তাৰ সুত্ৰে শিবু দেৰ ঘৰলৈ ও গৈছিল মীনা বিশ্বকৰ্মা ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা