বৰপেটাৰোডৰ ৮ খন হোটেল কোৱাৰেন্টাইন শিবিৰৰ বাবে অধিগ্ৰহণ

বৰপেটাৰোডৰ ৮ খন হোটেল কোৱাৰেন্টাইন শিবিৰৰ বাবে অধিগ্ৰহণ
কঞ্জল দাস, ১৮ এপ্ৰিল :
বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰপেটাৰোডৰ ৮খন হোটেল কোৱাৰেন্টাইন শিবিৰৰ বাবে অধিগ্ৰহণ কৰা হৈছে ৷ অধিগ্ৰহণ কৰা হোটেল কেইখন হৈছে::
১/  প্ৰশান্তি ল’জ ৷
২/ টুৰিষ্ট ল’জ ৷
৩/ হোটেল NGS
৪/ ডলী হোটেল
৫/ কাব্যশ্ৰী হোটেল
৬/ দেৱজিৎ হোটেল
৭/ RK হোটেল
৮/ হোটেল ৰয়েল পেলেচ ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা