অসম চৰকাৰে প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক দিব ৫ কিলোকৈ চাউল
ষ্টাফ ৰিপৰ্টাৰ : ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবদ মাহে ৫ কিলোকৈ চাউল দিব ৰাজ্য চৰকাৰে। কিছু সময় পূৰ্বে এক প্ৰেছ বিবৃতিযোগে জনাইছে এই কথা। যিসকল লোকৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নাই তেনে লোকৰ পৰিয়ালে লাভ কৰিব এই চাউল।
Comments
Post a Comment