অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ পৰা চাৰি দুৰ্বৃত্ত আটক-----

অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ পৰা চাৰি দুৰ্বৃত্ত আটক

-----

গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কুকুৰকাটা অঞ্চলৰ পৰা কালি কৃষ্ণাই আৰক্ষীয়ে আটক কৰে চাৰিটা দুৰ্বৃত্ত ৷ কৃষ্ণাই আৰক্ষী থানাৰ আৰক্ষীয়ে কুকুৰকাটা আৰক্ষীৰ সহযোগত অভিযান চলাই নাবাং বজাৰৰ আশ পাশৰ পৰা এই চাৰিটা দুষ্কৃতিকাৰীক আটক কৰিছে ৷ আটকাধীন দুৰ্বৃত্ত কেইটা হৈছে
জাষ্টমিন মাৰাক (৩১), লিমছাং মাৰাক (৩৫ ) কলিংজাৰ কে মাৰাক(২৯) আৰু জুলেন ৰাভা (৩৪) ৷ আটকাধীন গোটেই কেইটা দুৰ্বৃত্তকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা