আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ।

আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ।
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ।

১/ আজিৰ কেবিনেটে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ যমুনা বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শকৰ পদবীত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। 
     অহা তিনি ছেপ্টেম্বৰ তাৰিখে  অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন উপলক্ষে অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত দুয়োগৰাকীকে আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২/ বিভিন্ন দূৰ্ঘটনাৰ সময়ত এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞৰ অভাৱত ভুগি থকা বৰাকবাসীৰ সুবিধাৰ্থে  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ শম্ভুধ্ব ধৰক ঠিকভিত্তিক নিযুক্ত প্ৰদান কৰা হয়।

৩/ নতুন প্ৰশাসনিক সংস্কাৰ হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি অৰুণোদয় আঁচনিৰ বাবে পূৰ্বৰ প্ৰয়োজনীয় বিত্ত বিভাগৰ অনুমোদন(চিলিং) এতিয়াৰে পৰা প্ৰয়োজন নহ'ব। বিভাগে এই বিত্তীয় অনুমোদন নিজেই দিব পাৰিব।

৪/ চাহজনগোষ্ঠীয় ৰাইজৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা এক বাৰ্তালাপৰ সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ চৰকাৰৰ দিনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানলৈ নামান্তৰত কৰা আপতি দৰ্শাই পুনৰ আদিবাসী (চাহ জনগোষ্ঠী) ৰাইজৰ সন্মানীয় শব্দ "ওৰাং" নামৰে নামাকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছিল। এই দাবীৰ প্ৰতি সন্মান জনায় ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক পুনৰ "ওৰাং ৰাষ্ট্ৰীয় " উদ্যান হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৫/ক'ভিডৰ সময়চোৱাত  জিলা উপায়ুক্ত সকলে নিজ নিজ জিলাত ব্যয় কৰা ৬৬০ কোটি টকাৰ পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।

৬/ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ক'ভিডৰ দ্বাৰা ক্ষতিগ্ৰস্থ হোৱা লোক সকলৰ বাবে তিনি খনকৈ নতুন আঁচনি মুকলি কৰা হৈছে। ইয়াৰে আজি পুনৰ প্ৰায় ৬৫০০ হাজাৰ হিতাধিকাৰীক সামৰি ক'ভিডত মৃত্যু হোৱা, অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ, যি সকলে চৰকাৰী দৰমহা বা পেঞ্চন লাভ নকৰা ব্যক্তিৰ পৰিয়াললৈ "প্ৰাৰ্থনা" আঁচনিৰ জৰিয়তে ১ লাখ টকাকৈ এককালীন সাৰ্হায প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰতিগৰাকী অভিভাবক মন্ত্ৰীয়ে নিজৰ জিলা সমূহত মৃতকৰ নিকটতম আত্মীয়ক এই চেক সমূহ বিতৰণ কৰিব।

I along with fellow Minister Shri Sanjay Kishan announced the decisions of the Cabinet Meeting, led by Hon'ble Chief Minister Dr. Himanta Biswa Sarma, at a press conference today.

1/ Today's cabinet decided to appoint international archery champion Sanjay Boro and boxing champion Jamuna Boro as inspectors of Excise Department. 
    It was decided to formally issue appointment letters to the duo at a function organized by the Assam Government on the occasion of Arjuna awardee Shri Bhogeshwar Baruah's birthday on 3rd September.

2/ Neurologist Dr Shambuddha Dhar was appointed as a contractor at the Silchar Medical College for the convenience of Barak residents who were experiencing a shortage of neurologists during various accidents.

3/ As a new administrative reform, an approval (ceiling) from the Finance Department as was required earlier for the "Orunodoi Scheme", a very crucial scheme, will not be required from now on. The department itself can grant this financial approval.

4/ During an interaction with the tea community, the hon'ble Chief Minister had received a demand from the community that the erstwhile Orang National Park be renamed again as "Orang", a revered word amongst the tribal (tea community) people, which was changed to "Rajiv Gandhi National Park" in the days of the previous government. Respecting this demand, it was decided to rename the Rajiv Gandhi National Park as "Orang National Park".

5/ Today's Cabinet decided to release the Rs. 660 crore spent by the District Deputy Commissioners in their respective districts during the COVID pandemic.

6/ By virtue of the urgency shown by the hon'ble Chief Minister, three new schemes have already been launched particularly for those affected by COVID. Today, it was again decided to provide a one-time relief of Rs. 1 lakh each under the "Prarthana Scheme" to the families of those who have died due to COVID, covering about 6500 thousand financially disadvantaged beneficiaries. On the day of Gandhi Jayanti on October 2nd, every Guardian Minister will distribute these cheques to the next of kin of the deceased in their respective districts.

      Himanta Biswa Sarma 
      CMO Assam 
      Pijush Hazarika

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা