নলবাৰীত পছোতি উৎসৱ পালন

পশ্চিম নলৱাৰী জাগাৰা সএ নাম ঘৰত পছোতি উৎসৱ পালন !  ভাদ মাহৰ ১৭ তাৰিখ শুকুৰ বাৰ জাগাৰা সএ চুবুৰীৰ বাসু দেৱ নাম ঘৰত প্ৰভু শ্ৰী কৃষ্ণনৰ জন্ম অষ্টমীৰ পাচ দিনৰ দিনা পচোতি উৎসৱ পালন কৰা হয় ! এই  নাম ঘৰত প্ৰতি বছৰে পালন কৰা হয় পছোতি উৎসৱ! পুৱাৰে পৰা ভক্তৰ সমাগম লগতে শোভা যাএা নাম কীৰ্তন প্ৰসংগৰে মুখৰিত হৈ পৰে সএ নাম ঘৰ ।


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা