মাজুলীত ক'লা দিৱস

মাজুলীত ক'লা দিৱস।

সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰি ৰাইজৰ প্ৰতিবাদ


ক্ষোভত জ্বলিছে মাজুলী। ব্ৰহ্মপুত্ৰৰ ফেৰী দুৰ্ঘটনা ৰ ঘটনাৰ উচিত তদন্ত বিছাৰি আছু যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। বন্ধ মাজুলীৰ সোকলো ব্যবসায় প্ৰতিষ্ঠান।কমলাবাৰীত ক'লা পতকা উৰাই ক'লা বেজ পিন্ধি আছুৰ ক'লা দিন পালন

মাজুলী বাসীৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্ত ভাবে।

মাজুলী জিলা উপায়ুক্ত, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰিছে ঠায়ে ঠায়ে।

মাজুলীৰ ৰাইজৰ জীৱনক লৈ হেটালি খেলা সকলো দোষী বিষয়া কৰ্মচাৰী শাস্তিৰ বিছাৰি প্ৰতিবাদ ৰাইজৰ মাজুলীত।কলেজীয়া ছাত্র ছাত্ৰী সকলে ৰাজ পথত বহি প্ৰতিবাদ কৰে।


মাজুলীৰ পৰা পৰাণজ্যোতি বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা