কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ উপজা দিনটোৰ লগত সংগতি ৰাখি আৰু স্বৰণ কৰি লামডিং চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা

 কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ উপজা দিনটোৰ লগত সংগতি ৰাখি আৰু স্বৰণ কৰি লামডিং চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা  ৷ 

 কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিনত অধিক বৰষুণ আৰু প্ৰাকৃতিক দূযোগৰ কাৰণে লামডিং ক্ৰীড়া ভাৰতীৰ ফালৰ পৰা ভলীবল প্ৰতিযোগীতা কৰিব পৰা নাছিল তাৰে লগত সংগতি ৰাখি আৰু আৰু তেওঁৰ জন্ম দিনটোক স্বৰণ কৰি লামডিং 
ক্ৰীড়া ভাৰতীৰ উদ্দোগত  চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা  ৷ 


চাব জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ত ভলীবল , ফুটবল, কাবাদী দৌৰ লংজাম্প হাই জাম্প আদিৰ জৰিয়তে আন্তঃৰাজ্যিক পৰ্যায়ত পদক লাভ  আজিও অব্যাহত ৰাখিছে ক্ৰীড়া অনুশীলন  ৷ আশাবাদী ভৱিষ্যতৰ দিনত ক্ৰীড়া ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিবলৈ ৷ চৰকাৰৰ ঘোষণাত আনন্দিত ক্ৰীড়াবিদ গৰাকী ৷
এই ভলীবল প্ৰতিযোগিতাত মুঠ ৪ টা দলে অংশ গ্ৰহণ কৰে ৷ জয় লাভ কৰা দলটোক Late Sunil Dutta. Championship Trophy  আৰু Late Allo Rani Dutta. Ranus Up Trophy প্ৰদান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে লামডিং ক্ৰীডা ভাৰতী সকলো সদস্যৰ লগতে লামডিংৰ বিভিন্ন স্কুল, কলেজৰ পৰা অহা বিশিষ্ট বেক্তিসকল উপস্থিত থাকে ৷

খেলত যেনেকৈ হৰা -জীকা হৈয়ে তেনেকৈ জীৱন যুদ্ধতো হৰা-জীকা থাকে ৷ তাৰে ব্যতিক্ৰম তেওঁ নহয় বুলি ভবিষ্যত প্ৰজন্মক উৎসাহ’যোগায় ৷ চৰকাৰৰ সদ ইচ্ছাৰ বাবে অসম তথা ভাৰতবৰ্ষ‌ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ সকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ৷ অসমৰ চুকে কোণে সোমাই থকা প্ৰতিভাৱান খেলুৱৈ সকলক আগুৱাই নিবলৈ অসমৰ প্ৰায় জিলা সমুহতে খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ কথা কয় ৷ আন্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পয্যায়ত শতকৰ ঘৰৰ দেওনা পাৰ কৰি অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষ নাম উজলাই ৰাখিবলৈ সক্ষম হৈছে৷বিশিষ্ট বেক্তিসকলে কয় যে, আনে পাৰিলে আমাৰ গাওঁৰ যুৱক যুৱতী সকলেও উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে লাভলিনাহঁতৰ দৰে পাৰদৰ্শিতা দেখুৱাব পাৰিব, কিন্তু তাৰ বাবে প্ৰয়োজন হ'ব মাথো উপযুক্ত গাইডৰ । ইফালে খেলুৱৈসকলেও নিজৰ পৰিয়াল তথা মাতৃভূমিৰ কাৰণে যিমানখিনি সম্ভৱ চেষ্টাৰ কৃপনালী নকৰাকৈ আগবাঢ়ি যাবলৈ প্ৰয়াস কৰা বুলি জানিবলৈ দিয়ে ।


.লামড়িঙ পৰা অভিষেক সৰকাৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা