আকাশ নিবিড়ৰ "ইটো-সিটো" শীৰ্ষক গীতটিৰ চিত্ৰ গ্ৰহণ।*

*আকাশ নিবিড়ৰ "ইটো-সিটো" শীৰ্ষক গীতটিৰ চিত্ৰ গ্ৰহণ।*

     নাহৰকটীয়াৰ উদীয়মান কণ্ঠশিল্পী আকাশ নিবিড়ৰ জনপ্ৰিয় "বিয়া পাতিলে নহব ওহোঁ ওহোঁ লাগিব" শীৰ্ষক বিহুসুৰীয়া গীতটোৱে অসমৰ ৰাইজৰ সমাদৰ লাভ কৰাৰ পিছত এইবাৰ আন এটি গীত ৰাইজৰ ওচৰলৈ লৈ আহিছে কণ্ঠশিল্পী গৰাকীয়ে।
       দিনেশ সোণোৱালৰ কথা আৰু ভাস্কৰ নীলমৰ সুৰেৰে প্ৰাণ দিয়া ইতিমধ্যে অডিও ৰেকৰ্ডিং সম্পুৰ্ণ হোৱা "ওহোঁ ওহোঁ ৰিটাৰ্নচৰ ইটো-সিটো" শীৰ্ষক বিহুসুৰীয়া গীতটিৰ আজি ভিডিঅ ছুটিং আৰম্ভণি কৰে।
          "ইটো-সিটো" ভিডিঅ গীতটিত অভিনয়ত অসমৰ ৰাইজে দেখিবলৈ পাব জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপষ্টৰ শিল্পীসকলৰ লগতে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আৰু উজনি অসমৰ টিক টকৰ হিৰ চিবাৰন গগৈক।
             
      অতি কমদিনৰ ভিতৰতে অসমৰ ৰাইজে ওহোঁ ওহোঁ ৰিটাৰ্ণচ ৰ ইটো সিটো শীৰ্ষক গীতটো উপভোগ কৰিবলৈ পাব বুলি উদীয়মান শিল্পী আকাশ নীবিৰে আশা প্ৰকাশ কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা