গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ লগতে বিশেষজ্ঞ কমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিৰ দাবীত ধৰ্ণাঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ::যুৱ-ছাত্ৰ পৰিষদৰ৷

গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ লগতে বিশেষজ্ঞ কমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিৰ দাবীত ধৰ্ণাঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ::যুৱ-ছাত্ৰ পৰিষদৰ৷

যোৰহাটঃ ২৩চেপ্তেম্বৰ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিয়ে ঘোষনা কৰা গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱনশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ দাবী জনাই আজি সমগ্ৰ অসমৰ লগতে যোৰহাটতো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত পৰিষদৰ প্ৰায় শতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰক,গনতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন  কৰা বন্ধ কৰক, গনতান্ত্ৰিক আন্দোলন আমাৰ অধিকাৰ,বি জে পি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে পৰিবেশ উত্তাৱল কৰি তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।বাতৰি কাকতলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত জনায় যে  অসমীয়া জাতি ধ্বংশকাৰী জলবোমা ২০০০ মেগাৱাট ক্ষমতা সমপন্ন নামনি সোৱনশিৰি জলবিদুৎ প্ৰকল্গ অতি ভূমিকম্পন প্ৰৱন আৰু কোমল শিলাখণ্ডৰে আবৃত্ত পাহাৰত নিৰ্মাণ হৈ আছে যদিও ভূমিকম্পৰ ফলত যি কোনো মূহূৰ্তত এই প্ৰকল্গৰ নদী বান্ধ ভাঙি অসম নিঃচিহ্ন কৰি পেলাব।উল্লেখ্য যে ১১ছেপ্তেম্বৰ ২০২১ তাৰিখে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা ৰাইজমেলত  ৰাইজ মেলত নাগৰিক সকলে আৰু বিভিন্ন সংগঠন ৰ নেতৃত্বই  নামনি সোৱণশিৰি নদীবান্ধৰ পৰা হব পৰা ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি উক্ত নদীবান্ধ বন্ধ কৰাৰ লগতে নৈ-পৰীয়া ৰাইজৰ জীৱন জীৱিকাৰ পূৰ্ণ নিৰাপত্তাৰ দাবী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ পৰিষদক আহ্বান জনায়। সেইমৰ্মে পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নামনি সোৱনশিৰি বন্ধ কৰাৰ বাবে গোগামুখত অৱস্থান কৰাত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে পৰিষদদৰ কমীক গ্ৰেপ্তাৰ কৰে ।সেয়ে আজি গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা