পেৰাঅলিম্পিকত ভাৰতৰ ১৯ গৰাকীৰ পদক দখল,

শাৰীৰিকভাৱে তেঁওলোক বিশেষভাৱে সক্ষম,
কিন্তু দেশৰ বাবে আছে উদ্যম
পেৰাঅলিম্পিকত ভাৰতৰ ১৯ গৰাকীৰ পদক দখল,
যি এক ভাৰতৰ ইতিহাস।
আজি জাপানৰ টকিঅত অন্ত পৰিল পেৰাঅলিম্পিক।
ভাৰতে দখল কৰিলে ৫ টা সোন, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক।
ভাৰত পদক তালিকাত ইতিহাসৰ সৰ্বোচ্চ ২৪ তম স্থানত থাকিল। 
যত চীনে শীৰ্ষস্থান, গ্ৰেট ব্ৰিটেইনে দ্বিতীয় স্থান আৰু আমেৰিকাই দখল কৰিছে তৃতীয় স্থান।
উল্লেখ্য যে যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা পেৰঅলিম্পিকৰ আজি সামৰনি পৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা