উদ্যোগ নগৰী নামৰূপত উত্তাল পৰিৱেশ।

, উদ্যোগ নগৰী নামৰূপত উত্তাল পৰিৱেশ।
সাৰকাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত পূৱা প্ৰায় এঘাৰ বজাৰ পৰা, নামৰূপ আছুৰ উদ্যোগত নামৰূপ বাসীৰ সহযোগত বিশাল মানৱ শৃংখলাৰ জৰিয়তে,
শীঘ্ৰে সাৰকাৰখানাৰ চতুৰ্থ 
গোট নিৰ্মাণ, দৃতীয় আৰু তৃতীয় গোট মেৰামতি আদিয়ে ই প্ৰধান দাবী হিচাবে প্ৰতিবাদ সাৱ্যস্ত কৰে।
বিতু বৰুৱা, নামৰূপ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা