বিজনীত নকল পিষ্টল আৰু ড্ৰাগছসহ এজনক আটক

বিজনীত নকল পিষ্টল আৰু  ড্ৰাগছসহ এজনক আটক

বঙাইগাঁওঃ ৮ ফেব্ৰুৱাৰীঃ
চিৰাং জিলাৰ বিজনী- গেৰুকাবাৰী পথত আজি সন্ধিয়া ৭ মান বজাত বিজনী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক হয় । ধৃত সৰবৰাহকাৰীটো বিজনীৰ কাৱাটিকা নিবাসী ছাইবুল ইছলাম (২১) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ , এটা নকল পিষ্টল, মোবাইল আৰু এ এচ ১৯ জি ৩১৩৪ নম্বৰৰ এখন মটৰচাইকেল উদ্ধাৰ কৰে ।

প্ৰণৱ কুমাৰ ডেকা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা