মৰিগাঁওত জঘন্য ঘটনা । এগৰাকী কণমানিক ঘৰ্ষণ কৰি হত্যা

মৰিগাঁওত জঘন্য ঘটনা । এগৰাকী কণমানিক ঘৰ্ষণ কৰি হত্যা 



মৰিগাঁওত সংঘটিত হৈছে এক জঘন্য ঘটনা । বৃহস্পতিবাৰে মৰিগাঁওৰ শ’লমাৰীৰ কৰাইবাৰী তথা উজানমাৰীৰ নুৰ মহমদৰ কণ্যা সন্তান কণমানি তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰী শ’লমাৰীৰ সংযুক্ত প্ৰাথমিক বিদ্যালয়লৈ গৈ আবেলি ঘৰলৈ  ঘূৰি নহাত পৰিয়ালৰ লোকে বিছাৰি চলাথ কৰে,কিন্তুু  কোনো সন্ধান নোলাল দিনৰ ভাগত ছাত্ৰী গৰাকীৰ । বহু বিছাৰ খোচাৰৰ অন্তত  এডোখৰ নিজান ঠাইত উলংগ অৱস্থাৰ উদ্ধাৰ কৰে কিশোৰী গৰাকীক । কোনো লম্পটে  ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।
উল্লেখ্য্য যে এবছৰমান আগৰ পৰা উক্তস্থানত মত্স্য ব্যৱসায়ৰ লগত জৰিত হৈ থকা পৰিয়ালতোৰ ৮ বছৰীয়া শিশু গৰাকীক দুৰ্বৃত্তই  চাৰিতা জেউঁৰা সুতিত বান্ধি ধৰ্ষণ কৰি জেউঁৰা সুতিৰে হানি সুচী হত্যা কৰি উলংগ অৱস্থাত পেলাই থৈ যায় ৷ 
বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল কন্যা গৰাকী ৷ স্কুলৰ পৰা ঘৰমূৱা অৱস্থাত অপহৰণ কৰি নিৰ্জন ঠাইত ধৰ্ষণ কৰি হত্যা সন্দেহ ৷   মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা