BREAKING মৰিগাঁওত শোকা বহ পথ দূৰ্ঘটনা

ৰিগাঁওত শোকা বহ পথ দূৰ্ঘটনা 

চাজিদ আহমেদ : ডাম্পাৰ আৰু বাইকৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা 

মৰিগাৱৰ শিৱ মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা 

থিতাতে নিহত দুজন বাইক আৰোহি 

জানিব পৰা মতে ডাম্পাৰ খনে পলাব চেষ্টা কৰে যদিওঁ মৰিগাৱৰ আৰক্ষীয়ে আতক কৰিবলৈ সক্ষ্যম হৈছে বাহন খন 

 বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই নিহত কেইজনক

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা