নলবাৰীৰ ঢুলীয়া শিল্পীৰ এতিয়া আখলত নজ্বলে জুই

*জিলা খনৰ ধৰ্মপুৰ সমষ্টিৰ নতুন খেলুৱা গাৱৰ এই সকল ঢুলীয়া সংস্কৃতিৰ লগত জড়িত শিল্পী সকলৰ দুৰ্দশাৰ বুজ লবলৈ স্হানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ এতিয়া আহৰি নাই*

*লক ডাউনৰ বাবে এতিয়া এই সকল ঢুলীয়াই বিয়া সবাহত নাপায় নিমন্ত্ৰণ* 

*১৯৮৮ চনতে গঠিত জনসেৱা কামৰুপীয়া ঢুলীয়া শিল্পীৰ দলটোৱে পোৱা নাই কোনো ধৰনৰ চৰকাৰী সাহায্য*

*এতিয়া মুখ্যমন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰীলৈ হাতজোৰ কৰি আহ্বান আমাক সহায় কৰক*


নলবাৰীৰ পৰা শংকৰ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা