"মই ক'লা, দাঢ়িয়া, জেং কৰা মানুহ, মোক সভাপতি নাপাতে"

"মই ক'লা, দাঢ়িয়া, জেং কৰা মানুহ, মোক সভাপতি নাপাতে"

এই মন্তব্য কংগ্ৰেছ নেতা তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোক লৈ বিতৰ্ক চলি থকাৰ মাজতে আজি পদটোৰ বাবে পূৰ্বে নিজে দাৱী কৰিলেও এইদৰে কবলগীয়া হৈছে ৰূপজ্যোতি কুৰ্মীৰ। আনপিনে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনক কংগ্ৰেছৰ হত্তা কত্তা বুলি কটাক্ষ কৰে খোদ কংগ্ৰেছৰে বিধায়কগৰাকীয়ে। ৰকিবুল হুছেইনক সভসপতি পাতিলে তেঁও ২০২৬ ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে কাম কৰিব বুলিও কয় বিধায়ক ৰূফজ্যোতি কুৰ্মীয়ে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা