বজালীৰ ভৱানীপুৰৰ গলীয়াত বজালী জিলা আৰক্ষী অধীক্ষকৰ অভিযানত চোৰাং তেলৰ ঘাটি উৎখাত

বজালীৰ ভৱানীপুৰৰ গলীয়াত বজালী জিলা আৰক্ষী অধীক্ষকৰ অভিযানত চোৰাং তেলৰ ঘাটি উৎখাত*

*গলিয়াৰ এখন বন্ধ হোৱা ধাবাৰ পিছৰ ফালে চলি আছিল এই চোৰাং তেলৰ ঘাটি*

*ভৱানীপুৰ আৰক্ষী চকীৰ সহযোগত ৩৩ টা তেলৰ ড্ৰামসহ এখন বলেৰো পিকাপ ভান জব্দ কৰে

*গাড়ীখনৰ নম্বৰ এ এছ ১৯ এ চি ১৪২৫*


*প্ৰায় ২৪ হাজাৰ লিটাৰ পেট্ৰোলিয়াম জাতীয় তেল জব্দ কৰিবলৈ সক্ষম হৈছে আজিৰ এই অভিযানত*

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা