মন্দিয়াৰ কপোহাত ভংয়কৰ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত তিনিজনক চিকিৎসালয়ত ভৰ্তি #

# মন্দিয়াৰ কপোহাত ভংয়কৰ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত তিনিজনক চিকিৎসালয়ত ভৰ্তি #
 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ মাৰ্চঃ বৰপেটা-বাঘবৰ সংযোগী গড়কাপ্তানী পথৰ কপোহাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে মন্দিয়াৰ সমীপৰ কপোহাত  দুখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিগৰাকী বাইক আৰোহী। পিছত আহত আটাইকে মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজনক অতি সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়। আনহাতে নাম্বাৰবিহীন দুখন মটৰচাইকেল ৰাইজে জব্দ কৰে। সম্প্ৰতি বাতৰি লিখা পৰ্যন্ত বাইক দুৰ্ঘটনাগ্ৰস্ত আৰোহী কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা