আকৌ জনসাধাৰণৰ ওপৰত মুল্য বৃদ্ধিৰ মাধৱৰ ।

আকৌ জনসাধাৰণৰ ওপৰত  মুল্য বৃদ্ধিৰ মাধৱৰ ।


প্ৰতিবেদক ডিব্ৰুগড়:-পুনৰ আকৌ জনসাধাৰণৰ জীৱন অতি বাহিত কৰাত অসুবিধাত পেলাইছে মুল্য বৃদ্ধিয়ে 
ৰন্ধন গেছৰ লগতে পেট্ৰল,ডিজেলৰ মুল্য আকাশ  লঙ্ঘী দাম হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি হৈ পৰিছে। চৰকাৰে সঘনাই অত্যাৱশ্যকীয় সামগ্ৰী মুল্য বৃদ্ধি কৰাক লৈ খাটি খোৱা ৰাইজৰ দশা কি হব পাৰে সেয়া এক চিন্তনীয় বিষয়?
প্ৰত্যেকটো গেছ ছিলিণ্ডাৰ দাম ৫০টকাকৈ মুল্য বৃদ্ধি কৰাৰ লগতে পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি পাইছে '৮৯ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি পাইছে '৬৯ পইচা।এনেই দৰে গেছ,পেট্ৰল আৰু ডিজেলৰ মুল্য দিনক দিনে বৃদ্ধি পোৱাত দুখীয়া ৰাইজৰ জ্বলাকলা খুৱাইছে? চৰকাৰে জনসাধাৰণক কয় যে "চব কা চাট চব কা বিকাশ"এতিয়া জনসাধাৰনে চৰকাৰক প্রশ্ন কৰে যে  এইয়া নেকি "আচ্ছা দিন"

ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা