গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ‍্যাগত সজাগতা সভা

গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ‍্যাগত  সজাগতা সভা।
গোসাঁইগাঁও -শ্ৰীৰামপুৰ ৩০ মাৰ্চ:
আজি গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত ছাত্ৰ-ছাত্ৰী সকলক সমাজত চলা বিভিন্ন ধৰণৰ কু-সংস্কাৰৰ, ডাইনী হত্যাৰ লগতে আন আন অপৰাধ মূলক কাৰ্য্যৰ বিৰুদ্ধে কেনেধৰণে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় আৰু আদালতত গোচৰ ৰুজু কৰিব পাৰি সেই দিশ সমূহ বুজাই দিয়াৰ লগতে সমাজৰ আন আন দিশৰ  ওপৰতো আলোচনা কৰা হয়।আজিৰ এই সভাত সংন্থাৰ সঞ্চালক হুদুংগৰা নাৰ্জাৰী ,গোসাইগাও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ জ্যোতি বাইলুং ,যুৱ- অধিবক্তা  জিতেন্দ্ৰ কুমাৰ প্ৰসাদ উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা