বঙাইগাওঁ মানিকপুৰত আকৌ কাঠ ফলা মিল জব্দ

বঙাইগাওঁ মানিকপুৰত আকৌ  কাঠ ফলা মিল জব্দ 

বঙাইগাঁও আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ সফলতা 

বঙাইগাঁওৰ প্ৰতিবেদক, ৩০ মাৰ্চঃ-বঙাইগাঁও জিলাৰ মানিকপুৰ বিট ফৰেষ্ট অফিচৰ অন্তৰ্গত ১নং চালাবিলাত কিছুদিন আগতে কাঠ ফলা মিল জব্দ কৰিছিল। কিন্তু্ু তাতেই ক্ষেন্ত থকা নাই বন সুৰক্ষা বাহিনীৰ বিষয়াই। আজিও ৩ নং চালাবিলাত অৱস্হিত বঙাইগাঁও আই ভেলিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ মৰ্মে বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ নেতৃত্বত সজাতী দলে বিশেষ সুত্ৰে খৱৰ পাই,  অবৈধ কাঠ ফলা মিল, জব্দ কৰিবলৈ সক্ষম হয়। 

জব্দ কৃত কাঠ ফলা মেছিন, , কাঠৰ কুন্ডা, ফলা কাঠ, তক্তা আদি   লৈ মানিকপুৰ বিট ফৰেষ্ট কাৰ্যালয়ত লৈ যায়। 



   প্ৰেৰক, কুৰবান আলী আহমেদৰ, বঙাইগাওঁ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা