বঙাইগাঁও চৌৰাগুৰীত আদৰ্শ গাওঁ শুভাৰম্ভ কৰে জিলা উপায়ুক্তাই

বঙাইগাঁও চৌৰাগুৰীত আদৰ্শ গাওঁ শুভাৰম্ভ কৰে জিলা উপায়ুক্তাই।

প্ৰতিবেদক বঙাইগাওঁ
বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘমাৰা চৌৰাগুৰী পঞ্চায়তত চৌৰাগুৰী আদৰ্শ গাওঁ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা উপায়ুক্তা ডঃ এম, এছ, লক্ষ্মী প্ৰিয়া। ইয়াত উপস্থিত থাকে জিলা উন্নয়ন বিষয়া, মানিকপুৰ খন্ড উন্নয়ন বিষয়া, সহকাৰী অভিযন্তা, পঞ্চায়ত সচিৱ, সভাপতি অমৰ সৰকাৰ আৰু আন আন বিষয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ মানিকপুৰ মন্ডলৰ সভাপতি ভাস্কৰ ৰায়, সাধাৰণ সম্পাদক মুকুল ৰায়, বঙাইগাওঁ জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক কুৰবান আলী আহমেদে।

বঙাইগাঁওৰ পৰা কুৰবান আলী আহমেদৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা