নাজিৰাত দিল্লী পাৱলিক স্কুলৰ দায়িত্ব সমাপনৰ সুন্দৰ অনুষ্ঠান সম্পন্ন

নাজিৰাত দিল্লী পাৱলিক স্কুলৰ দায়িত্ব সমাপনৰ সুন্দৰ অনুষ্ঠান সম্পন্ন
আজি নাজিৰাস্থিত দিল্লী পাৱলিক স্কুলৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ নতুন সমিতিৰ দায়িত্ব সম্পন্ন হৈ যায় । এই উপলক্ষে অনুষ্ঠিত এক সুন্দৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে নাজিৰা অএনজিছিৰ উতপাদন বিভাগৰ প্ৰৱন্ধক । বিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ নিমানুবৰ্তিতা আৰু পৰিপাতিকৈ থাকি সুন্দৰ নীতি নিয়মেৰে আজি এই দায়িত্ব সমাপন অনুষ্ঠান অনুষ্ঠিত হৈ যায় । কৃপা আগৰৱালাক সভাপতি আৰু ৰুহিত কেডিয়া HEAD BOY আৰু অন্নেশা শইকীয়া HEAD GIRL হিচাবে নিৰ্বাচিত কৰে বিদ্যালয় কতৃপক্ষই  । বিদ্যালয়ৰ অধক্ষ পি এচ চৰকাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে ।
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা