নাহৰকটীয়াত শোকাবহ পথ দুৰ্ঘটনা; ডাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক

*নাহৰকটীয়াত শোকাবহ পথ দুৰ্ঘটনা; ডাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক।*

   নাহৰকটীয়াত ডাম্পাৰ চালকৰ দৌৰাত্ম্য। বালিভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত এজন লোক।নাহৰকটীয়াৰ দিহিং কিনাৰ বাঁহধাৰী গাওঁত মঙ্গল বাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। নিজ কৰ্তব্য সমাপন কৰি গাওঁখনৰ গৌতম দে নামৰ লোকজন ঘৰলৈ আহি থকা অৱস্থাত এখন বালি ভৰ্তি ডাম্পাৰে লোকজনক মহতিয়াই পলায়ন কৰে। ডাম্পাৰ খুন্দাত থিতাতে নিহত হয় গৌতম দে নাম যুৱকজন। পিছত ঘটনাস্থলীত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা তিনিচুকীয়াৰ বলজিৎ সিংৰ মালিকাধিন AS 18 2997 নম্বৰৰ ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দিহিং কিনাৰ বাহঁধাৰী গাওঁত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম বৃদ্ধি পোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

Byte--স্থানীয়লোক

Byte--স্থানীয়লোক

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা