১৯৩১ চনতে স্হাপিত নলবাৰী জিলাৰ বিহামপুৰ দুৰ্গা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে বাৰোৱাৰী দুৰ্গা পূজা*

১৯৩১ চনতে স্হাপিত নলবাৰী জিলাৰ বিহামপুৰ দুৰ্গা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে বাৰোৱাৰী দুৰ্গা পূজা*


*এইবেলিও পাচদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হ’ব দুৰ্গা পূজা*

*৯০ বছৰ গৰকা এই দুৰ্গা পূজা অহা কালিৰে পৰা অনুষ্ঠিত কৰা হ’ৱ বিভিন্ন কাৰ্যসুচীৰে*


*অহা কালি প্ৰথম দিনৰ কাৰ্যসুচী হিচাপে বিশ্ব শান্তিৰ বাবে এহেজাৰ বন্তি প্ৰজ্বলন কৰিব স্হানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে*


*বিহামপুৰ বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে ক’ভিডৰ সকলো নিতী নিয়ম মানি দুৰ্গা পূজা হ’ব বুলি জনায় সমিতিৰ বিষয় ববিয়াই*


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা