১৯৩১ চনতে স্হাপিত নলবাৰী জিলাৰ বিহামপুৰ দুৰ্গা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে বাৰোৱাৰী দুৰ্গা পূজা*
১৯৩১ চনতে স্হাপিত নলবাৰী জিলাৰ বিহামপুৰ দুৰ্গা মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে বাৰোৱাৰী দুৰ্গা পূজা*
*এইবেলিও পাচদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হ’ব দুৰ্গা পূজা*
*৯০ বছৰ গৰকা এই দুৰ্গা পূজা অহা কালিৰে পৰা অনুষ্ঠিত কৰা হ’ৱ বিভিন্ন কাৰ্যসুচীৰে*
*অহা কালি প্ৰথম দিনৰ কাৰ্যসুচী হিচাপে বিশ্ব শান্তিৰ বাবে এহেজাৰ বন্তি প্ৰজ্বলন কৰিব স্হানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে*
*বিহামপুৰ বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে ক’ভিডৰ সকলো নিতী নিয়ম মানি দুৰ্গা পূজা হ’ব বুলি জনায় সমিতিৰ বিষয় ববিয়াই*
নলবাৰী পৰা শংকৰ দাস ।
Comments
Post a Comment