১ নং গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ উদযাপন

অনুষ্ঠিত হ'ল ভাওনা কুৰুক্ষেত্ৰ

 
    দেৱব্ৰত বৰা,জাজৰি:মনুষ্যৰ মুক্তিৰ পথ প্ৰসস্ত কৰি কলা কৃষ্টী, ভাষা সাহিত্য, ঐক্য সংহতিৰে সাম্যবাদৰ ভেটি  গঢ়ি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম অাৱিৰ্ভাৱ মহোৎসৱভাগ পূৱ হাতীচোং অাঞ্চলিক ৰাইজৰ সৌজন্যত ১ নং গেদাৰবড়ীৰ শঙ্কৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠানভাগ অায়োজিত হৈছে। কাৰ্য্যসুচী অনুসৰি শুক্ৰবাৰে পুৱা ভাগত ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত সন্ধ্যা ৬ বজাত অঞ্চলৰ বাচকবনীয়া যুৱক যুৱতীৰ দ্বাৰা ৰাতুল শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হয় অসনীয়া ভাঁওনা "কুৰুক্ষেত্ৰ"। এই ভাঁওনা চাবলৈ দুই শতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা