দিখৌৰ বুকুত বিলীন দূর্গা মা

দিখৌৰ বুকুত বিলীন দূর্গা মা। নান্দনিক দৃশ্যই মোহিলে হাজাৰ হাজাৰ লোকক
আজি বিজয়া দশমী। নাজিৰা আৰু ইয়াৰ ওচৰে পাজৰে অনুষ্ঠিত হোৱা দূর্গাপূজা সমুহৰ সমূহীয়া বিসৰ্জনৰ বাবে নাজিৰা মহকুমা প্ৰকাশনে নাজিৰা নগৰৰ গাতে লাগি থকা দিখৌৰ ঘাটত ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন পূজা মণ্ডপৰ পৰা দূর্গা মাক লৈ ভক্ত সকলে শোভাযাত্ৰা কৰি আহি প্ৰকাশনে নিদিষ্ট কৰি নিয়মৰ মাজেৰে সিক্ত নয়নৰে উৰুলি দি দেৱী দূর্গাক দিখৌৰ বুকুত বিসৰ্জন দিয়ে । বিসৰ্জনৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবে দিখৌৰ ঘাটত হাজাৰ হাজাৰ লোক উপস্থিত হৈ দেৱীক বিদায় দিয়ে। 
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা