সমাগত দীপাৱলীলৈ ব্যস্ত পলোকাটাৰ মৃৎ শিল্পীসকল৷পূৰ্বৰ বজাৰ পোৱা নাই মৃৎ শিল্পয়ে

*সমাগত দীপাৱলীলৈ ব্যস্ত পলোকাটাৰ মৃৎ শিল্পীসকল৷পূৰ্বৰ বজাৰ পোৱা নাই মৃৎ শিল্পয়ে৷

নলবাৰী আৰু বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পলোকাটাৰ গাঁৱৰ বহুকেইটা পৰিয়ালে প্ৰায় পঞ্চাশটা বছৰ ধৰি জড়িত হৈ আছে মৃৎশিল্পত ৷আৰু মৃৎ শিল্পৰ যোগেদি স্বাৱলম্বী হৈছে এই পৰিয়াল কেইটা৷

পলোকাটা গাঁওৰ মৃৎ শিল্পৰ লগত জড়িত বহুকেইটা পৰিয়াল এতিয়া সমাগত দীপাৱলীকলৈ ব্যস্ত মাটিৰ সামগ্ৰী নিৰ্মাণ কৰাত৷কিন্ত ক’ৰণা অতিমাৰী আৰু আধুনিকতাৰ পৰশত চাকিৰ সলনি ক্ৰেতাই ৰঙ বিৰঙৰ বিজুলী বাতি ব্যৱহাৰ কৰা বাবে এতিয়া তেওঁ লোকে পোৱা নাই  পূৰ্বৰ বজাৰ ।

প্ৰায় ৫০ টা বছৰে মৃৎ শিল্পৰ যোগেদি এই পৰিয়ালকেইটিয়ে চাকি নিৰ্মাণকে ধৰি আন্যান্য মৃৎ শিল্পত ব্যস্ত আছে যদিও  কি বিটিআৰ চৰকাৰ,কি অসম চৰকাৰ কোনো এখন চৰকাৰৰ পৰা পোৱা নাই কোনো চৰকাৰী সহায়ৰ হাত৷


নলবাৰী পৰা শংকৰ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা