জগত গুৰুৰ জন্মোৎসৱ যোৰহাট ত

যোৰহাট:১৫অক্টোবৰ:জগত গুৰু শ্ৰীশ্ৰীশংকৰদেৱ ৰ ৫৭৩ তম্ জন্মোৎসৱ যোৰহাটৰ পটিয়া গাঁৱৰ স্থানীয় পাছ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ কলিয়নী নবজ্যোতি শংকৰী কলাকৃষ্টি সংঘ ,পটিয়া গাঁৱৰ প্ৰাংগণত দুদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ লগতে নাওবৈছা,বৰখেলিয়া,বৰুবা বাৰী,ৰংদৈ,চাৰিগাও, ভৰালী চুক,বৰি গাঁও,গজপুৰিয়া,নকাৰি আদি ৰ লগত যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত উৎসৱ উদযাপন কৰা হৈছে।উৎসৱ ৰ লগত সংগতি ৰাখি ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা ৰ পাছত বিভিন্ন প্ৰতিযোগিতাৰ লগত ৰাতিলৈ ভাওনাৰ আয়োজন কৰিছে।
যোৰহাটৰ পৰা ৰনজিৎ দত্ত।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা