সাহপুৰ ৰাজঘাটৰ ১২০ গৰকা দুৰ্গা পূজা, ১৯৮৬ চনত ইছলামধৰ্মালম্বী লোকে ইয়াত অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা৷

সাহপুৰ ৰাজঘাটৰ ১২০ গৰকা দুৰ্গা পূজাৰ আছে এক বিশেষ ইতিহাস৷
১৯৮৬ চনত ইছলামধৰ্মালম্বী লোকে ইয়াত অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা৷


 *দুৰ্গতিনাশিনী মা দুৰ্গাৰ ধৰাত আগমনৰ পিছতে ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি*

 *অহাকালি ষষ্ঠীৰ বেদীত প্ৰতিস্হা কৰা হ’ৱ দুৰ্গতি নাশিনী মা দুৰ্গাক*

*১৯২০ চনত স্নহাপন হোৱা লবাৰী জিলাৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজাই এইবাৰ ১২০ বছৰ গৰকিলে*



*কিন্ত এই সাহপুৰ ৰাজঘাট দুৰ্গা পূজাত আছে এক বিশেষ মাহাত্ম্য*

*১৯৮৬ চনত এই সাহপুৰ ৰাজঘাটত ইছলামধৰ্মালম্বী য়ে ইয়াত অকাল দুৰ্গা  পূজা কৰিছিল বুলি ইতিহাস আছে*

*প্ৰবাদ আছে সাহপুৰ ৰাজঘাটত অনুস্হীত হোৱা এই পূজাত ভক্তি ভাবেৰে নৈবদ্য শৰাই আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয়*

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা