সাহপুৰ ৰাজঘাটৰ ১২০ গৰকা দুৰ্গা পূজা, ১৯৮৬ চনত ইছলামধৰ্মালম্বী লোকে ইয়াত অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা৷
১৯৮৬ চনত ইছলামধৰ্মালম্বী লোকে ইয়াত অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা৷
*দুৰ্গতিনাশিনী মা দুৰ্গাৰ ধৰাত আগমনৰ পিছতে ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি*
*অহাকালি ষষ্ঠীৰ বেদীত প্ৰতিস্হা কৰা হ’ৱ দুৰ্গতি নাশিনী মা দুৰ্গাক*
*১৯২০ চনত স্নহাপন হোৱা লবাৰী জিলাৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজাই এইবাৰ ১২০ বছৰ গৰকিলে*
*কিন্ত এই সাহপুৰ ৰাজঘাট দুৰ্গা পূজাত আছে এক বিশেষ মাহাত্ম্য*
*১৯৮৬ চনত এই সাহপুৰ ৰাজঘাটত ইছলামধৰ্মালম্বী য়ে ইয়াত অকাল দুৰ্গা পূজা কৰিছিল বুলি ইতিহাস আছে*
*প্ৰবাদ আছে সাহপুৰ ৰাজঘাটত অনুস্হীত হোৱা এই পূজাত ভক্তি ভাবেৰে নৈবদ্য শৰাই আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয়*
নলবাৰী পৰা শংকৰ দাস ।
Comments
Post a Comment