এটা ম’হ বলিৰে ইতিহাস বিজড়িত বিল্লেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ*

*ৰাজ্যৰ চৌদিশে এতিয়া ঢাক ঢোলৰ শব্দত ৰজনজনাইছে দুৰ্গা পূজাৰ মণ্ডপ সমুহ*


*ইতিহাস বিজড়িত বিল্বেশ্বৰ দেৱালয়ত আজি নৱমীৰ দিনটোত এক জনসমুদ্ৰত পৰিনত হৈছে*

 *নলবাৰী জিলাৰ ইতিহাস বিজড়িত দুইহাজাৰ বছৰ পুৰণি ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত আজি  এটা ম’হ বলিৰ উপৰি পাৰ হাহ কোমোৰা আদিৰে দেৱী দুৰ্গা মাৰ পূজা অৰ্চনা কৰা হয়*


*আজি নৱমীৰ দিনা বিল্লেশ্বৰ দেৱালয়ত ৰাইজৰ হৈ এটা ম’হ বলিৰ উপৰি পাচটা ম’হ  মা দুৰ্গাৰ ওচৰত উচৰ্গা কৰা হয়*


*২০২০ চনৰ পুৰ্বৰে পৰা  বিল্লেশ্বৰ দেৱালয়ত ৪০ টাৰো অধিক ম’হ বলি দিয়া হৈছিল যদিও বিগত দুটা বছৰ ক’ভিড মহামাৰীৰৰ বাবে ৰাইজৰ হৈ  নৱমীৰ দিনা এটা ম’হ বলিৰে মাৰ চৰণত  অৰ্পণ কৰি আহিছে দেৱালয় সমতিয়ে*


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা