মূখ্যমন্ত্ৰীৰ সমষ্টিৰ আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হ'ব অত্যাধুনিক মথাউৰি তথা দুই লেন যুক্ত পথ
# মূখ্যমন্ত্ৰীৰ সমষ্টিৰ আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হ'ব অত্যাধুনিক মথাউৰি তথা দুই লেন যুক্ত পথ ।
আঢ়ৈ মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হব এই অত্যাধুনিক দুই লেন যুক্ত পথ তথা মথাউৰি ।
# আজ্ঞাঠুৰিৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হবলগীয়া এই মথাউৰি তথা পথছোৱাৰ দৈঘ্য হ'ব ১৩ কিঃমিঃ ।
# স্বাধীনতা দিৱসৰ দিনা মূখ্যমন্ত্ৰী সমষ্টিৰ আজ্ঞাঠুৰিত উপস্থিত হৈ এই ঘোষণা মন্ত্ৰী পিযুষ হাজৰিকাৰ ।
#মথাউৰি তথা পথৰ নিৰ্মাণ হবলগীয়া স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ।
#ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হবলগীয়া এই মথাউৰিৰ বাবে বৃদ্ধি হ'ব পৰ্যটকৰ আকৰ্ষন ।
# নিৰ্মাণ হবলগীয়া পথৰ ১ কি:মি আতঁৰে আঁতৰে পৰ্যটকৰ বাবে থাকিব পাৰ্কিংৰ সু-ব্যৱস্থা ।
পংকজ নাথৰ ৰিপৰ্ট ।
Comments
Post a Comment