মূখ্যমন্ত্ৰীৰ সমষ্টিৰ আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হ'ব অত্যাধুনিক মথাউৰি তথা দুই লেন যুক্ত পথ

# মূখ্যমন্ত্ৰীৰ সমষ্টিৰ  আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হ'ব  অত্যাধুনিক মথাউৰি তথা দুই লেন যুক্ত পথ ।
 আঢ়ৈ মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হব এই অত্যাধুনিক দুই লেন যুক্ত পথ তথা মথাউৰি ।

# আজ্ঞাঠুৰিৰ পৰা  শুৱালকুছিলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে  নিৰ্মাণ  হবলগীয়া এই মথাউৰি তথা পথছোৱাৰ দৈঘ্য হ'ব ১৩ কিঃমিঃ ।

# স্বাধীনতা দিৱসৰ দিনা মূখ্যমন্ত্ৰী সমষ্টিৰ  আজ্ঞাঠুৰিত উপস্থিত হৈ এই ঘোষণা মন্ত্ৰী পিযুষ হাজৰিকাৰ ।  

#মথাউৰি তথা পথৰ নিৰ্মাণ হবলগীয়া স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ।

#ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ হবলগীয়া এই মথাউৰিৰ বাবে বৃদ্ধি হ'ব পৰ্যটকৰ আকৰ্ষন ।

# নিৰ্মাণ হবলগীয়া পথৰ ১ কি:মি আতঁৰে আঁতৰে   পৰ্যটকৰ বাবে থাকিব পাৰ্কিংৰ সু-ব্যৱস্থা ।

পংকজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা