নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ

নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত দুধৰ্ষ ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ*

*১০ বছৰ পুৰ্বে জালাহ আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰে*
*তাৰ পিছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ*
নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা আনোৱাৰক বিগত আঠ বছৰে ম’ষ্ট ওৱানটেড ঘোষনা কৰি আৰক্ষীয়ে বিছাৰি আছিল৷অবশেষত আজি দুধৰ্ষ ডকাইত আনোৱাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত আত্মসমৰ্পণ কৰে*

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা