মৈৰাবাৰী আৰু ধিঙত ৭৫ সংখ্যক স্বাধীনতা দিৱস উৎযাপন

মৈৰাবাৰী আৰু ধিঙত ৭৫ সংখ্যক স্বাধীনতা দিৱস উৎযাপন।  

সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমৰ ভিন্ন প্ৰান্তত উৎযাপন কৰা হয় স্বাধীনতা দিৱস। মৈৰাবাৰী প্ৰেছ ক্লাৱ, মৈৰাবাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয় আৰু 
ধিং নেতাজি পাঠ্যচক্র ক্লাবৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উৎযাপন ।ধিং নেতাজি পাঠ্যচক্র ক্লাবৰ জাতীয় পতাকা উত্তোলন কৰাৰ লগতে বৃক্ষৰোপন কাৰ্য্যসূচী হাতত লয়।


মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা