এক সূখবৰ : কেৰেলাৰ পৰা অসমলৈ দৈনিক বাছ সেৱা

বহিঃৰাজ্যলৈ অহা যোৱা কৰা সকলৰ বাবে বিশেষ সুবিধা ।   অসমৰ বিভিন্ন ঠাইৰ বাছ আস্থানলৈ 
 আৰম্ভ হৈছে 50 টা চিট যুক্ত বিলাসী বাছ সেৱা। 

 আপুনি বিদেশ তথা বহিঃৰাজ্যলৈ যাব বিচাৰিছে নেকি?? 
তেন্তে চিন্তাৰ কাৰণ নাই

আপোনি বহিঃৰাজ্য ভ্ৰমন কৰিবলৈ মনস্থ কৰিছে নেকি?? 
দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰত আপুনি বাৰু আমনি পায় নেকি?
দীঘলীয়া যাত্ৰাত সময় ৰাহি হোৱাটো কোনেনো নিবিচাৰে? 
যাত্ৰা দীঘলীয়া হলেও সময় একেবাৰে কম লাগিব! এতিয়াৰ পৰা আৰু ৰেল প্লেট ফ্ৰম বা বিমানৰ কাৰনে 
অপেক্ষাত নহয়। আপোনাৰ 
দোৱাৰ ডলিৰ পৰাই কৰক বিলাসী ভ্ৰমন। 
  ট্রেবেলচে লৈ আহিছে দৈনিক বিলাসী বাছ সেৱা, দৈনিক কেৰেলাৰ পৰা আৰম্ভ হৈছে উক্ত বাছ সেৱা।
 কেৰেলাৰ  ট্রেভেলচৰ পৰা কেৰেলা, চেন্নাই উৰিশা, বিহাৰ, কলকাতাৰ লগতে অসমৰ গুৱাহাটি হৈ মৰিগাও জিলাৰ দাতিয়ালবড়ী ছাৰিআলিৰ পৰা বিভিন্ন ঠাইলৈ আৰাম্ভ হৈছে এই বিশেষ বাছ সেৱা, লগতে,কেৰেলালৈ যোৱাৰ সুবিধাও উপলব্ধ থাকিব।আগতীয়াকৈ আপোনাৰ নাম বুকিং কৰিবলৈ, আপুনি যোগাযোগ কৰক ৯১০১২৩৫৮৫১ নম্বৰত ৰিব্বুল ইছলামৰ সৈতে। 



উল্লেখযোগ্য যে  ট্রেবেলছৰ ৰিব্বুল ইছলামে জানিব দিয়া মতে উক্ত বাছ সেৱা খন সম্পূৰ্ণ লকডাউনৰ  নীতি নিয়ম মানি চলি।
  বিলাসী বাছ সেৱা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
মুঠৰ ওপৰত বহু জল্পনা কল্পনাৰ অন্তত ৰিব্বুল ইছলামে এনে এক ব্যতিক্ৰমী যাত্ৰীবাহী পৰিবহনৰ ক্ষেত্রত এনে এক নতুন পদক্ষেপক অসম বাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা