আজিৰে পৰা মহানগৰীত ভ্ৰাম্যমান ক’ভিড টিকাকৰণৰ দুদিনীয়া কাৰ্যসূচী, চাওক কত কেনেকৈ যোগাযোগ কৰিব

*আজিৰে পৰা মহানগৰীত ভ্ৰাম্যমান  ক’ভিড টিকাকৰণৰ দুদিনীয়া কাৰ্যসূচী*

গুৱাহাটী  : সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হ’ল ভ্ৰাম্যমান ক’ভিড টীকাকৰণৰ দুদিনীয়া কাৰ্যসূচী৷  জিলাখনৰ ৫টা খণ্ডত আৰম্ভ কৰা হ’ব এই কাৰ্যসূচী৷ 

ইয়াৰ বাবে খণ্ড অনুযায়ী কেবাটাও দল গঠন কৰা হৈছে৷ এই দলসমূহৰসৈতে যোগাযোগ কৰিলে টীকা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷

সোণাপুৰ মণ্ডলঃ 
৬০০৩৬৩৩১৩৯
৮৮৫১৯৭৭২২৪

ৰাজধানী মণ্ডলঃ 
৮৪৮৬৫৬২৭১২
৮১৩৩৮৭৮৪৩৫
৯৯৫৭৯১৯২৩৪
৭০০২৫৪২৭০২

পূৱ মণ্ডলঃ 
৯৭০৭১০১৬৯৯
৬০০০৭৮৭১৪১
৮৮১২০৬৬৭৩৭
৮৪০৩৮৪৮৫৮৯

পশ্চিম মণ্ডলঃ
৭৫৭৫৯১৫৫৭২
৭৫৭৭৯৩৭৭৫২
৮৬৩৮৪১৮২৪৯
৭০০২৩৯৯২০৬

ধীৰেণপাৰা মণ্ডলঃ
৯৫০৮৩৪৫৩০২
৮০১১০৮০৬৪১
৯৯৫৭২৯৬৪১৬
৬০২৬৭৪০৩৩৩

টীকা ল’বলৈ ইচ্ছুকসকলে নিজ নিজ সংশ্লিষ্ট এলেকা অনুযায়ী উল্লেখিত যিকোনো নম্বৰত যোগাযোগ কৰিব পাৰিব৷

District Media Expert 
NHM, Kamrup Metropolitan
9864810859

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা