নিশাৰ ভাগত চলিল লামডিঙ আৰক্ষীৰ অভিযান

অভিযানত জব্দ বৃহত পৰিমাণৰ কাঠৰ ফান্টা সহ এখন নম্বাৰ বিহীন ট্ৰাক আটক। 
 
লামডিঙত এতিয়া চলাই গৈছে একাংশ বন মাফিয়া চোৰাং কাঠৰ বেহা বন বিভাগ নীৰ্বিকাৰ।

দিনে নিশাই লামডিঙত অসাধু ব্যৱসায়ি চলাই আ্ছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা ।

নিমাত কিয় বন বিভাগ ??

লামডিঙ বন বিভাগৰ লগত কিবা গোপন বুজা বুজি আছে নেকি অসাধু ব্যৱসায়িৰ লগত??


 নিশাৰ ভাগত  লামডিং আৰক্ষীৰ  ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শৰ্মাৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি নম্বৰ বিহীন এখন ট্ৰাক সহ বৃহৎ পৰিমাণৰ ফানটা কাঠ জব্দ ৷

 জানিব পৰা মতে কাৰ্বি আংলং পৰা একাংশ বন মাফিয়াই জঙ্গল তহিলং কৰি লামডিঙৰ বিভিন্ন কাঠৰ মিলত লৈ গৈ আছিল কাঠ খিনি।

লামডিঙৰ একাংশ বন বিভাগৰ কৰ্মচাৰীৰ  লগত মীতিৰালি কৰি চলাই গৈছে নেকি চোৰাং কাঠৰ বেহা সচেতন নাগৰিকৰ সন্দেহ।

লামডিঙ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা